এই প্ৰগ্ৰেমটোৰ বিষয়ে এই ফাইলটোত গুৰুত্বপূৰ্ণ তথ্য আছে. অনুগ্ৰহ কৰি কাম আৰম্ভ কৰাৰ আগতে এই তথ্যবোৰ সাৱধানেৰে পঢ়ক.
OpenOffice.org প্ৰকল্পটোৰ লগত সংযোগ হোৱাৰ বিষয়ে তলৰ খণ্ডবোৰো পঢ়ক.
OOo-dev সকলোৰে কাৰণে মুক্ত । আপুনি OOo-dev ক লৈ বহুতো কম্পিউটাৰত সংস্থাপন কৰিব পাৰে, আৰু যি কোনো কাৰণে ব্যৱহাৰ কৰিব পাৰে (যেনে বাণিজ্যিক, চৰকাৰী, জনসাধাৰণৰ প্ৰশাসন আৰু পঢ়াৰ কাৰণে ) । অধিক বিৱৰণৰ কাৰণে OOo-dev ৰ লগত দিয়া অনুজ্ঞাচুক্তি পত্ৰ চাওক বা
OOo-dev ক আপুনি মুক্তভাবে ব্যৱহাৰ কৰিব পাৰে কাৰণ অংশ লোৱা লোকে আৰু কৰপ'ৰেট স্পন্সৰে ডিজাইন, টেস্ট, অনুবাদ, ডকুমেন্ট,সমৰ্থন,মাৰ্কেট আৰু সহায় কৰিছে যাতে OOo-dev এই ৰূপত ওলায় - বিশ্বৰ প্ৰমূখ মুক্ত উৎসৰ কাৰ্যালয়ৰ চালনাজ্ঞান হিচাপে ।
Linux Kernel version 2.4 বা ওপৰৰ
glibc2 version 2.3.2 বা ওপৰৰ
gtk version 2.2.0 বা ওপৰৰ
Pentium compatible PC (Pentium III or Athlon recommended)
256 MB RAM (512 MB RAM recommended)
X Server with 1024x768 resolution (higher resolution recommended), with at least 256 colors
Window Manager
Gnome 2.6 বা ওপৰৰ, gail 1.8.6 আৰু at-spi 1.7 সমৰ্থনৰ সৈতে, assistive technology tools (AT tools) ৰ সমৰ্থনৰ কাৰণে ।
বহুতো Linux বিতৰণ আছে, আৰু একে বিতৰণত বহোতো সংস্থাপনৰ বিকল্প থাকিব পাৰে (KDE vs Gnome, etc.). কিছুমানে তেওঁলোকৰ নিজৰ ‘native’ সংস্কৰণ OOo-dev ৰ পঠিয়াই, যি Community OOo-dev ত কৈ বেলেগ হ'ব পাৰে । কেতিয়াবা আপুনি Community OOo-dev ক ‘native’ সংস্কৰণৰ লগত সংস্থাপন কৰিব পাৰে । কিন্তু,এই ‘native’ সংস্কৰণ Community সংস্কৰণ সংস্থাপন কৰাৰ আগতে আঁতৰাব লাগে । এইটো কৰিবলৈ হাতপুথি চাওক ।
চালনাজ্ঞান আঁতৰুৱা বা সংস্থাপন কৰাৰ আগতে আপুনি প্ৰণালীৰ নকল এটা থ'ব ।
অনুগ্ৰহ কৰি নিশ্চিত হওক যে আপোনাৰ কম্পিউটাৰৰ সাময়িক নিৰ্দেশিকাটোত আপোনাৰ যথেষ্ট স্বতন্ত্ৰ স্মৃতি আছে আৰু পঢ়া, লিখা আৰু চলাৰ প্ৰৱেশৰ অধিকাৰবোৰ অনুমোদিত হৈছে. ইনষ্টলেছন আৰম্ভ কৰাৰ আগতে অন্য সকলোবোৰ প্ৰগ্ৰেম বন্ধ কৰক.
OOo-dev ৰ আৰম্ভনিত সমস্যা হ'লে (Gnome ব্যৱহাৰ কৰোঁতে) SESSION_MANAGER environment variable ক 'unset' কৰক সেই শ্বেলত য'ত আপুনি OOo-dev আৰম্ভ কৰে । এইটো "unset SESSION_MANAGER" ক soffice shell script ৰ আৰম্ভনিত যোগ দিব পাৰি যি "[office folder]/program" পঞ্জিকাত থাকে ।
OOo-dev আৰম্ভনিৰ সমস্যাত (e.g. applications hang) আৰু পৰ্দ্দাৰ সমস্যা graphics card চালকৰ কাৰণে হয় । এইবোৰ হ'লে, আপোনাৰ graphics card চালক উন্নত কৰক বা আপোনাৰ প্ৰণালীয়ে দিয়া চালক ব্যৱহাৰ কৰক । 3D বস্তুৰ সমস্যাত "Use OpenGL" বিকল্প নিষ্ক্ৰিয় কৰক যি 'Tools - Options - OOo-dev - View - 3D view' আছে ।
প্ৰণালীয়ে ব্যৱহাৰ নকৰা shortcut keys অকল (key combinations) OOo-dev ত ব্যৱহাৰ কৰিব পাৰি । যদি চাবিয়ে OOo-dev কাম নকৰে যি OOo-dev Help ত কোৱা হৈছে, প্ৰণালীত তাক ব্যৱহাৰ কৰা হৈছে নেকি পৰীক্ষা কৰক । ইয়াৰ সমাধানৰ কাৰণে, প্ৰণালীৰ চাবি সলনি কৰক । বৈকল্পিপকভাবে, আপুনি OOo-dev সকলো চাবি সলনি কৰিব পাৰে । ইয়াৰ অধিক তথ্যৰ বাবে, OOo-dev Help চাওক বা প্ৰণালীৰ Help ডকুমেন্ট চাওক ।
সকিয়নি: এই গুনে Solaris 2.5.1 আৰু 2.7 যাক Linux NFS 2.0 ৰ লগত ব্যৱহাৰ কৰা হয়, তাত সমস্যা দিব পাৰে । আপোনাৰ প্ৰণালীত এই স্থিতিমাপ থাকিলে, আপুনি ফাইল লক কৰা গুণ ব্যৱহাৰ নকৰিব । ন'হ'লে, লিনাক্স কম্পিউটাৰৰ পৰা OOo-dev এৰে এটা NFS mounted directory ৰ পৰা ফাইল খুলিবলৈ সি হেঙ্ হ'ব ।
ইয়াক সংস্থাপন কৰাৰ সময়ত minimal Product Registration প্ৰক্ৰিয়া সম্পূৰণ কৰিবলৈ অলপ সময় দিয়ক । এইটো বৈকল্পিপক হ'লেও, আপুনি পঞ্জিকৰণ কৰক, কাৰণ তেতিয়া সমষ্টিয়ে ভাল software suite বনাব পাৰে আৰু ব্যৱহাৰকৰোঁতাৰ সমস্যা সমাধান কৰিব পাৰে । ইয়াৰ Privacy Policy ৰে, আপোনাৰ ব্যক্তিগত তথ্যক OOo-dev Community য়ে ৰক্ষা কৰিবলৈ চেষ্টা কৰে । সংস্থাপনত পঞ্জিকৰণ এৰি গ'লে, আপুনি যি কোনো সময়তে ঘূৰি আহি পঞ্জিকৰণ কৰিব পাৰে "Help > Registration" মূখ্য তালিকাৰ পৰা নিৰ্ব্বাচন কৰি ।
অনলাইন এটা User Survey আছে যি আপোনাক সম্পূৰণ কৰিবলে আমি আগ্ৰহ কৰো । User Survey ফলাফলে OOo-dev ক সহায় কৰিব next-generation office suite সৃষ্টি কৰিবলৈ সহায় কৰিব । ইয়াৰ Privacy Policy ৰে, OOo-dev Community য়ে আপোনাৰ ব্যক্তিগত তথ্য ৰক্ষা কৰিবলৈ চেষ্টা কৰে ।
OOo-dev ৰ ৱেব ছাইটট IssueZilla আছে, আমাৰ প্ৰতিবেদনৰ প্ৰক্ৰিয়া, ট্ৰেকিং আৰু বাগ আৰু সমস্যা সমাধান কৰা । আমি সকলো ব্যৱহাৰকৰোঁতাক সমস্যা প্ৰতিবেদন কৰিবলৈ আগ্ৰহ কৰোঁ আৰু কোনো স্থাপত্যত হোৱা সমস্যা প্ৰতওবেদন কৰিবলৈ । বলবৎ প্ৰতিবেদন কৰা অতি গুৰুত্বপূৰ্ণ অংশ যি ব্যৱহাৰকৰোঁতাৰ সমষ্টিয়ে অংশ ল'ব পাৰে ইয়াৰ বিকাশত ।
এই গুৰুত্বপূৰ্ন মুক্ত উৎসৰ পৰিকল্পনাত OOo-dev Community য়ে বহুতো লাভ পাব আপোনাৰ সক্ৰিয় অংশ গ্ৰহণৰ পৰা ।
ব্যৱহাৰকৰ্তা হিচাপে আপুনি ইতিমধ্যে বিকাশ প্ৰক্ৰিয়া সমষ্টিটোৰ এটা মূল্যবান অংশ আৰু আমি আপোনাক সম্প্ৰদায়টোলা দিঘলীয়া বৰঙণি দিওঁতাৰ দৃষ্টিৰে অধিক সক্ৰিয় ভূমিকা লোৱাত উত্সাহিত কৰিবলৈ বিচাৰো. অনুগ্ৰহ কৰি যোগদান কৰক আৰু ব্যৱহাৰকৰ্তাৰ পৃষ্ঠা চাওঁক:
অলশ লোৱাৰ ভাল ওপায় হ'ল একাধিক পত্ৰ প্ৰেৰণ তালিকালৈ বৰঙনি দি, অলপ ৰখি, আৰু তাৰ আৰ্কাইভ ব্যৱহাৰ কৰক যাতে আপুনি OOo-dev উৎসৰ কোড October 2000 ত মুক্ত কৰা সংস্কৰণক জানক । ভাল পালে, আপোনাৰ বিষয়ে কৈ এটা ঈ-মেইল পঠিয়াব লাগে আৰু আৰম্ভ কৰক । আপুনি Open Source Projects জানিলে, আমাৰ To-Dos তালিকা চাওক আৰু আপুনি সহায় কৰিব বিচৰা পৰিকল্পনা চাওক
খবৰ: announce@openoffice.org *সকলো ব্যৱহাৰকৰ্তালৈ অনুমোদন কৰা হৈছে * (পাতল ট্ৰেফিক)
Main user forum: user@openoffice.org *easy way to lurk on discussions* (heavy traffic)
বিপণন প্ৰজেক্ট: dev@marketing.openoffice.org *বিকাশৰ আঁতৰত* (গধুৰ হৈছে)
সাধাৰণ ক'ড বৰঙণি যোগাওঁতাৰ তালিকা: dev@openoffice.org (মধ্যমীয়া/গধুৰ)
যদিও আপোনাৰ ছফটৱেৰ ডিজাইন বা ক'ডিং অভিজ্ঞতা সীমিত এই গুৰুত্বপূৰ্ণ অপেন উত্স প্ৰজেক্টটোলৈ আপুনি অধিক পৰিমাণৰ বৰঙণি আগবঢ়াব পাৰে. হয়, আপুনি!
কিছুমান প্ৰকৃত মূল ক'ডিং প্ৰজেক্টলৈ স্থানীয়কৰণ, পৰ্টিং আৰু গ্ৰুপৱেৰত প্ৰসাৰ কৰা প্ৰজেক্টবোৰ আপুনি বিচাৰি পাব. যদি আপুনি এজন বিকাশকৰ্তা নহয় তেন্তে ডকুমেন্টেশ্বন বা বিপণনটো চেষ্টা কৰক. OpenOffice.org বিপণন প্ৰজেক্টটোৱে অপেন উত্স ছফটৱেৰ বিপণন কৰিবলৈ গেৰিলা আৰু পৰম্পৰাগত বাণিজ্যিক কৌশল প্ৰয়োগ কৰিছে, আৰু আমি ভাষা আৰু সাংস্কৃতিক বাধা নেওচি এইটো কৰিছো, সেইকাৰণে আপুনি কেৱল শব্দটো প্ৰসাৰণ কৰি আৰু এই অফিচ সমষ্টিটোৰ বিষয়ে এজন বন্ধুক কৈয়ে সহায় কৰিব পাৰে.
নতুন OOo-dev 3.4 ৰ লগত কাম কৰি আপুনি ভাল পাব বুলি ভাবিছো আৰু আমাক অনলাইন লগ ধৰিব ।
OpenOffice.org সম্প্ৰদায়
Portions Copyright 1998, 1999 James Clark. Portions Copyright 1996, 1998 Netscape Communications Corporation.